কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

নি ...

 

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি

কিয়নো আহি ...

 

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

আজি নিশা জোনাকী পৰুৱাই

তোমাৰ ছবি কিয় উজলাই ?

পাহৰিব নোৱাৰোঁ মই তোমাক ।

 

ক’ত আছা তুমি আজি ?

কাক চোৱা তুমি আজি ?

কাৰ বাট চোৱা তুমি আজি ?

কাৰ গান গোৱা তুমি আজি ?

নাহিবা সপোনতে এতিয়া তুমি

কিবা বিভীষিকা আহিছে নামি ।

 

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি ...